বিশ্বকাপৰ যোগ্যতা নিৰ্ণায়ক মেচত ওমানৰ বিৰুদ্ধে পৰাস্ত ভাৰত…

  • সৰুসজাইৰ বিশ্বকাপৰ যোগ্যতা নিৰ্ণায়ক মেচত ওমানৰ বিৰুদ্ধে পৰাস্ত ভাৰত।
  • ২-১ গলৰ ব্যৱধানত পৰাস্ত হয় ভাৰত।
  • খেলখনৰ প্ৰথমভাগত ২৪ মিনিটত ভাৰতে দিছিল প্ৰথমটো গটল।
  • অধিনায়ত সুনীল চেট্টীয়ে দিছিল গ'লটো।
  • কিন্তু শেষ মুৰ্হূতত ২ টা গলেৰে জয়লাভ কৰে ওমানে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in