ইংলেণ্ডৰ হাতত পুনৰ পৰাজিত ভাৰতীয় মহিলা ক্ৰিকেট দল…

ইংলেণ্ডৰ হাতত পুনৰ পৰাজিত ভাৰতীয় মহিলা ক্ৰিকেট দল…
  • ইংলেণ্ডৰ হাতত পুনৰ পৰাজিত ভাৰতীয় মহিলা ক্ৰিকেট দল।
  • অন্তিমখন টি-২০ খেলত প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেট হেৰুৱাই ইংলেণ্ডে সংগ্ৰহ কৰে ১১৯ ৰান।
  • প্ৰত্যুত্তৰত ২০ অভাৰত ভাৰতে সংগ্ৰহ কৰে ১১৮ ৰান।
  • শৃংখলাত ৩-০ ৰে দখল কৰিলে ইংলেণ্ডে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in