এঘন্টাত এহাজাৰতকৈ অধিক আক্ৰান্ত! ভাৰতত কোৰোনাৰ অভিলেখ…

এঘন্টাত এহাজাৰতকৈ অধিক আক্ৰান্ত! ভাৰতত কোৰোনাৰ অভিলেখ…

ডিজিটেল ডেস্কঃ কোৰোনাৰ সংহাৰ কেতিয়া অন্ত পৰিব তাৰ স্পষ্ট উত্তৰ নাই বৰ্তমান কাৰোৰে হাতত নাই। কিন্তু ভাৰতবৰ্ষত যিদৰে কোৰোনাত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনাই বৃদ্ধি পাবলৈ লৈছে, সেই বৃদ্ধিৰ গতিলৈ লক্ষ্য ৰাখি অচিৰেই যে আমেৰিকাৰ পাছতে ভাৰতৰ স্থান হ'ব সেইয়া নিশ্চিত।

দেশত কোৰোনাই পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি বিগত ২৪ঘন্টাত নতুনকৈ আক্ৰান্ত হ'ল ২৬,৫০৬গৰাকী। এটা দিনত নতুনকৈ আক্ৰান্ত হোৱা এই সংখ্যা হৈছে বৰ্তমানলৈ সৰ্বাধিক। ইফালে এই ২৪ঘন্টাত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৪৭৫গৰাকী। উল্লেখ্য যে, ভাৰতত বৰ্তমান আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হৈছে প্ৰায় ৭লাখ ৯৫হাজাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in