শেহতীয়া খবৰ
তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  পৰিবহন বিভাগত বিত্তীয় খেলিমেলি, মহানগৰীৰ ডিটিঅ’ সহ ৪জনক নিলম্বন...  •  কোৰোনাত আক্ৰান্ত বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক..  •  চলিত শিক্ষাবৰ্ষ ৩ মাহ বৃদ্ধিৰ প্ৰস্তাৱ মাধ্যমিক শিক্ষা বিভাগৰ...  •  ভয়ংকৰ দৃশ্য! মাজুলীত বাঁহৰ দলং ভাঙি পানীত বাগৰিল ২০ জন... VIDEO  •  কাশ্মীৰৰ পৰা সেনা জোৱানক অপহৰণ সন্ৰাসবাদীৰ...  •  বিমান যাত্ৰীসকলৰ বাবে দুঃখবৰ....  •  দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪জনৰ মৃত্যু...  •  মানকাচৰত পুনৰ ৩জনৰ দেহত কোভিড-১৯, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৮ জনলৈ বৃদ্ধি...

এঘন্টাত এহাজাৰতকৈ অধিক আক্ৰান্ত! ভাৰতত কোৰোনাৰ অভিলেখ…

223

ডিজিটেল ডেস্কঃ কোৰোনাৰ সংহাৰ কেতিয়া অন্ত পৰিব তাৰ স্পষ্ট উত্তৰ নাই বৰ্তমান কাৰোৰে হাতত নাই। কিন্তু ভাৰতবৰ্ষত যিদৰে কোৰোনাত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনাই বৃদ্ধি পাবলৈ লৈছে, সেই বৃদ্ধিৰ গতিলৈ লক্ষ্য ৰাখি অচিৰেই যে আমেৰিকাৰ পাছতে ভাৰতৰ স্থান হ’ব সেইয়া নিশ্চিত।

দেশত কোৰোনাই পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি বিগত ২৪ঘন্টাত নতুনকৈ আক্ৰান্ত হ’ল ২৬,৫০৬গৰাকী। এটা দিনত নতুনকৈ আক্ৰান্ত হোৱা এই সংখ্যা হৈছে বৰ্তমানলৈ সৰ্বাধিক। ইফালে এই ২৪ঘন্টাত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৪৭৫গৰাকী। উল্লেখ্য যে, ভাৰতত বৰ্তমান আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হৈছে প্ৰায় ৭লাখ ৯৫হাজাৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি