শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি…

শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি…
  • শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছতে ভাৰতৰ হেল্পলাইন মুকলি।
  • কলম্বোত থকা ভাৰতীয় সকলে যিকোনো সহায়ৰ বাবে যোগাযোগ কৰিব পাৰে কলম্বোস্থিত ভাৰতীয় উচ্চায়ুক্তৰ সৈতে।
  • বিদেশ মন্ত্ৰী সুষমা স্বৰাজে জনালে এই কথা।
  • সংকটকালত যিকোনো সহায়ৰ বাবে সাজু ভাৰতীয় উচ্চায়ুক্ত।
  • মুকলি কৰি দিয়া হেল্পলাইন কেইটা হৈছে- +৯৪৭৭৭৯০৩০৮২, +৯৪১১২৪২২৭৮৮, +৯৪১১২৪২২৭৮৯।
  • ইফালে শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণ কাণ্ডক তীব্ৰ নিন্দা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
  • 'আমাৰ চৌপাশত এনে বৰ্বৰ কাণ্ডৰ কোনো স্থান নাই।'
  • শ্ৰীলংকাৰ এনে দুৰ্যোগ কালত ভাৰত সদায় কাষত থাকিব বুলি মন্তব্য।
  • বিস্ফোৰণত নিহত সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা প্ৰধানমন্ত্ৰী মোডীৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in