শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...

শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি…

304
  • শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছতে ভাৰতৰ হেল্পলাইন মুকলি।
  • কলম্বোত থকা ভাৰতীয় সকলে যিকোনো সহায়ৰ বাবে যোগাযোগ কৰিব পাৰে কলম্বোস্থিত ভাৰতীয় উচ্চায়ুক্তৰ সৈতে।
  • বিদেশ মন্ত্ৰী সুষমা স্বৰাজে জনালে এই কথা।
  • সংকটকালত যিকোনো সহায়ৰ বাবে সাজু ভাৰতীয় উচ্চায়ুক্ত।
  • মুকলি কৰি দিয়া হেল্পলাইন কেইটা হৈছে- +৯৪৭৭৭৯০৩০৮২, +৯৪১১২৪২২৭৮৮, +৯৪১১২৪২২৭৮৯।
  • ইফালে শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণ কাণ্ডক তীব্ৰ নিন্দা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
  • ‘আমাৰ চৌপাশত এনে বৰ্বৰ কাণ্ডৰ কোনো স্থান নাই।’
  • শ্ৰীলংকাৰ এনে দুৰ্যোগ কালত ভাৰত সদায় কাষত থাকিব বুলি মন্তব্য।
  • বিস্ফোৰণত নিহত সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা প্ৰধানমন্ত্ৰী মোডীৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি