শেহতীয়া খবৰ
ধূপধৰাৰ ধানবৰীত বাঁহৰ সাঁকোৰ পৰা পৰি মৃত্যু এজনৰ  •  লালুকত অভিৰুচি শিল্পী সৈনিকৰ নাট কৰ্মশালা সম্পন্ন  •  ধূপধৰাত দ্বিতীয় বাৰ্ষিক বায়খো উৎসৱ উদযাপন, জলন্ত অঙঠাৰ ওপৰত নৃত্য প্ৰদৰ্শন  •  সুদুৰ ম্যানমাৰৰ পৰা আহি অসমৰ জোঁৱাই হ'ল অবৈধ ৰোহিংগা, আদালত চৌহদত বিষ্ফোৰক স্বীকাৰোক্তি, VIDEO  •  ধূপধৰাত কবৰ খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে শিশুৰ মৃতদেহ, পানীত পৰি মৃত্যু হোৱাৰ পিছত জনোৱা নাছিল আৰক্ষীক  •  কাৰ আশীৰ্বাদত বৰাকত চলিছে অবৈধ সাৰৰ চিণ্ডিকেট, আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা জব্দ ২৮ খন সাৰভৰ্তি ট্ৰাক  •  বঙাইগাঁৱৰ সিদলসতীত ৰাইজে কৰায়ত্ত কৰিলে ডকাইত, VIDEO  •  গৰৈমাৰীত আছুৰ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ  •  দক্ষিণ কামৰূপত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ-কলহীৰ জলপৃষ্ঠঃ একাংশ উভতিছে নিজা ঘৰলৈ, অধিকাংশ দুৰ্গত এতিয়াও গৰু-ছাগলীৰ সৈতে আশ্ৰয় শিবিৰ, ওখ-ভেটিত  •  ওদালগুৰিত ২১৯ কৃৰ্তী শিক্ষাৰ্থীক আছুৰ অভিনন্দনঃ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী, অসমত শিক্ষাৰ নামত ৰাজনীতি-ব্যৱসায় চলোৱাৰো অভিযোগ সংগঠনটোৰ

হাৰিয়ানাৰ গুৰুগ্ৰামত ভয়ংকৰ বিস্ফোৰণ

281
  • হাৰিয়ানাৰ গুৰুগ্ৰামত ভয়ংকৰ বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত এজন আৰু গুৰুতৰভাৱে আহত ৫জন লোক।
  • দেওবাৰে নিশা সংঘটিত হৈছে এই ঘটনা।
  • আতচবাজীৰ এটা গুদামৰ সমীপত সংঘটিত হৈছে এই ঘটনা।
  • গুদামৰ কাষত ৰৈ থকা এখন গাড়ীত বৃহৎ বিস্ফোৰণ।
  • বৰ্তমানলৈ জানিব পৰা নাই বিস্ফোৰণৰ কাৰণ।

  • কাদিপুৰ ওদ্যোগিক এলেকাত সংঘটিত হৈছে এই বিস্ফোৰণ।
  • ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি