হাৰিয়ানাৰ গুৰুগ্ৰামত ভয়ংকৰ বিস্ফোৰণ

হাৰিয়ানাৰ গুৰুগ্ৰামত ভয়ংকৰ বিস্ফোৰণ
  • হাৰিয়ানাৰ গুৰুগ্ৰামত ভয়ংকৰ বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত এজন আৰু গুৰুতৰভাৱে আহত ৫জন লোক।
  • দেওবাৰে নিশা সংঘটিত হৈছে এই ঘটনা।
  • আতচবাজীৰ এটা গুদামৰ সমীপত সংঘটিত হৈছে এই ঘটনা।
  • গুদামৰ কাষত ৰৈ থকা এখন গাড়ীত বৃহৎ বিস্ফোৰণ।
  • বৰ্তমানলৈ জানিব পৰা নাই বিস্ফোৰণৰ কাৰণ।
  • কাদিপুৰ ওদ্যোগিক এলেকাত সংঘটিত হৈছে এই বিস্ফোৰণ।
  • ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in