কমনৱেলথ গেমছত ভাৰতৰ পুনৰ ২ টা পদক লাভ…

কমনৱেলথ গেমছত ভাৰতৰ পুনৰ ২ টা পদক লাভ…
  • কমনৱেলথ গেমছত ভাৰতৰ আন দুটি সাফল্য। ।
  • জুডুত মণিপুৰৰ সুশীলা দেৱীৰ ৰূপৰ পদক অৰ্জন।
  • ৪৮ কেজি শাখাত প্রতিদ্বন্দ্বীতা কৰিছিল সুশীলা দেৱীয়ে।
  • আনহাতে জুডুত ব্রঞ্জৰ পদক অৰ্জন বিজয় কুমাৰৰ।
  • পুৰুষৰ ৬০ কেজি শাখাত ব্রঞ্জৰ পদক অৰ্জন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in