বৰ্ষাপাৰা ষ্টেডিয়ামত আজি ভাৰত-ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ দ্বিতীয়খন টি-২০ মেচ…

বৰ্ষাপাৰা ষ্টেডিয়ামত আজি ভাৰত-ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ দ্বিতীয়খন টি-২০ মেচ…
  • আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ দ্বিতীয়খন টি-২০ মেচ।
  • আজিৰ মেচখন ভাৰতৰ বাবে হ'ব অতি গুৰুত্বপূৰ্ণ, কিয়নো তিনিখনীয়া শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডৰ হাতত পৰাস্ত হৈছে ভাৰত।
  • প্ৰথম মেচত ৪১ ৰানত জয়ী হৈছিল ইংলেণ্ডৰ দলটো।
  • ৯ মাৰ্চত অনুষ্ঠিত হ'ব শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in