Published on:
Updated on:
- ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৩ লক্ষাধিকলৈ বৃদ্ধি।
- দেশত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩৩,১০,২৩৫জনলৈ বৃদ্ধি পাইছে।
- যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ৭৫,৭৬০জন লোক দেহত ধৰা পৰে কোভিড পজিটিভ।
- দেশত বৰ্তমান চিকিৎসাধীন হৈ আছে ৭,২৫,৯৯১জন ৰোগী।
- ইফালে, সুস্থ হৈ ঘৰলৈ উভতিছে ২৫,২৩,৭৭২জন লোক।
- আনহাতে, মৃত্যু হোৱা লোকৰ সংখ্যা ৬০,৪৭২জন।
Code:
Asomiya Pratidin
www.asomiyapratidin.in