ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি…

ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি…
  • দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২ লাখৰো অধিক হৈছে।
  • বৰ্তমানলৈকে ২,০১,০০৭জন কোভিড-১৯ত আক্ৰান্ত হৈছে ভাৰতত।
  • ইফালে, এই ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ৫,৬২৮জন।
  • আনহাতে, এই ভাইৰাছত আক্ৰান্ত হোৱা ৯৬,৫৩৪জনকৈ লোক সুস্থ হৈ উঠিছে।
  • উল্লেখ্য যে, দেশৰ ভিতৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত।
  • ৰাজ্যখনত ৭০,০১৩জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in