ভাল খবৰঃ ভাৰতত কোৰোনাত আক্ৰান্ত ১০২ গৰাকী লোক হৈছে আৰোগ্য…

ভাল খবৰঃ ভাৰতত কোৰোনাত আক্ৰান্ত ১০২ গৰাকী লোক হৈছে আৰোগ্য…

  • দেশবাসীৰ বাবে সুখবৰ।
  • কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা ১০২ জন লোক সুস্থ হৈছে।
  • দেশত মুঠ এই ভাইৰাছত সংক্ৰমণ হোৱা লোক সংখ্যা হৈছেগৈ ১১৭৩ ।
  • ইয়াৰে ১০২ জন লোক আৰোগ্য হৈ উঠিছে।
  • নিহত লোকৰ সংখ্যা দেশত হৈছেগৈ ২৯ জন।
  • কোৰোনা ভাইৰাছত আক্ৰান্ত মহাৰাষ্ট্ৰত ২৫ জন লোক আৰোগ্য হৈছে।
  • কেৰালাত ২০ জন, কৰ্ণাটকত ৫ জন, দিল্লীত ৬ জন, উত্তৰ প্ৰদেশত ১১ জন, তেলেংগানাত ১ জন, গুজৰাটত ১ জন, ৰাজস্থানত ৩ জন, তামিলনাডু ৪ জন হাৰিয়ানাত ১৭ জন, পাঞ্জাৱত ১জন, উত্তৰাখণ্ডত ২জন, হিমাচল প্ৰদেশত ১ জন কোৰোনাত আক্ৰান্ত লোক সুস্থ হোৱা বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in