ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৫৩৪ জনলৈ বৃদ্ধি

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৫৩৪ জনলৈ বৃদ্ধি।
  • ইফালে এতিয়ালৈকে আক্ৰান্ত হৈছে ১,৫৮,৪০৫ গৰাকী লোক।
  • ভাৰতত এতিয়ালৈকে আৰোগ্য হৈছে ৬৭,৭৪৯ গৰাকী লোক।
  • এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে ৮৬,১১১ গৰাকী লোকক।
  • ভাৰতৰ ভিতৰত সৰ্বাধিক কোৰোনাত মহাৰাষ্ট্ৰৰ লোক আক্ৰান্ত হৈছে।
  • ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈছে মুঠ ৫৬,৯৪৮ গৰাকী লোক।
  • মহাৰাষ্ট্ৰত কোৰোনাত মৃত্যু হৈছে মুঠ ১,৮৯৭ গৰাকী লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in