৩১.৫ অভাৰত ৭৩ ৰান সংগ্ৰহ বাংলাদেশৰ

৩১.৫ অভাৰত ৭৩ ৰান সংগ্ৰহ বাংলাদেশৰ
  • ভাৰত-বাংলাদেশৰ প্ৰথমখন টেষ্ট।
  • ৩১.৫ অভাৰত ৭৩ ৰান সংগ্ৰহ বাংলাদেশৰ।
  • দলটোৱে এতিয়ালৈকে হেৰুৱাইছে ৩টা উইকেট।
  • মধ্যপ্ৰদেশৰ ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে খেলখন।
  • উল্লেখ্য যে, টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় বাংলাদেশে।
  • বাংলাদেশৰ চাদ্দাম ইছলাম আৰু মমিনুল কায়েফে ৬ ৰানকৈ সংগ্ৰহ কৰাৰ লগতে মহম্মদ মিথুনে ১৩ ৰান সংগ্ৰহ কৰি আউত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in