শেহতীয়া খবৰ
অখিল গগৈৰ মুক্তিৰ দাবীত শিমলুগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ব্যতিক্ৰমী প্ৰতিবাদ...  •  কোৰোনাৰ মহাসংকটৰ মাজতে ইউপিপিএলৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন...  •  ঐতিহাসিক আলাবৈত ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  ধুটি-কুৰ্তা পিন্ধি অযোধ্যালৈ ৰাওনা হ'ল নৰেন্দ্ৰ মোদী...  •  প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈয়েই মৃত্যুক সাৱটিব লগা হৈছে হাইস্কুলৰ ফিক্সড পেৰ শিক্ষকে...  •  লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ৭০ সংখ্যক মৃত্যু দিৱস...  •  ৰাম মন্দিৰৰ বাবে সুদীৰ্ঘ ২৮ বছৰ আছিল অনাহাৰে কিন্তু নাপালে নিমন্ত্ৰণ...  •  ৰাম মন্দিৰৰ ভূমি পূজনত অংশ লোৱা প্ৰত্যেকেই পাব বিশেষ উপহাৰ...

অৰুণাচলত নিৰ্মাণ হ’ব দেশৰ ভিতৰতে আটাইতকৈ বৃহত্‍ নদীবান্ধ…

353
  • দেশৰ ভিতৰতে আটাইতকৈ বৃহত্‍ নদীবান্ধ নিৰ্মাণ হ’ব অৰুণাচলত।
  • নদীবান্ধত অনুমোদন জনালে অৰ্থনৈতিক পৰিক্ৰমাৰ কেন্দ্ৰীয় কেবিনেটে ।
  • অৰুণাচলৰ দিবাঙত নিৰ্মা হ’বলগীয়া ২৮৮০ মেগাৱাট দিবাং বহুমুখী প্ৰকল্পলৈ সেউজ সংকেত দিছে কেবিনেটে।
  • নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল বৈঠক।
  • দেশৰ ভিতৰত সৰ্বোচ্চ উচ্চতাত নিৰ্মাণ হ’ব এই প্ৰকল্প।
  • এই প্ৰকল্পটোৰ বাবে সময় লাগিব প্ৰায় ৯ বছৰ।
  • এই প্ৰকল্পটোৰ বাবে ১৬০০ কোটি টকা অনুমোদন।
  • সমগ্ৰ প্ৰকল্পটোৰ বাবে ২৮,০৮০.৩৫ কোটি টকা ধাৰ্য কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি