অৰুণাচলত নিৰ্মাণ হ’ব দেশৰ ভিতৰতে আটাইতকৈ বৃহত্‍ নদীবান্ধ…

অৰুণাচলত নিৰ্মাণ হ’ব দেশৰ ভিতৰতে আটাইতকৈ বৃহত্‍ নদীবান্ধ…
  • দেশৰ ভিতৰতে আটাইতকৈ বৃহত্‍ নদীবান্ধ নিৰ্মাণ হ'ব অৰুণাচলত।
  • নদীবান্ধত অনুমোদন জনালে অৰ্থনৈতিক পৰিক্ৰমাৰ কেন্দ্ৰীয় কেবিনেটে ।
  • অৰুণাচলৰ দিবাঙত নিৰ্মা হ'বলগীয়া ২৮৮০ মেগাৱাট দিবাং বহুমুখী প্ৰকল্পলৈ সেউজ সংকেত দিছে কেবিনেটে।
  • নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল বৈঠক।
  • দেশৰ ভিতৰত সৰ্বোচ্চ উচ্চতাত নিৰ্মাণ হ'ব এই প্ৰকল্প।
  • এই প্ৰকল্পটোৰ বাবে সময় লাগিব প্ৰায় ৯ বছৰ।
  • এই প্ৰকল্পটোৰ বাবে ১৬০০ কোটি টকা অনুমোদন।
  • সমগ্ৰ প্ৰকল্পটোৰ বাবে ২৮,০৮০.৩৫ কোটি টকা ধাৰ্য কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in