শেহতীয়া খবৰ
ৰঞ্জন গগৈৰ উত্তৰাধিকাৰী, দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডে কোন…  •  সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে... চাওঁক VIDEO  •  দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই, চাওক VIDEO  •  অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা, দলঙৰ তলত উদ্ধাৰ মৃতদেহ...  •  পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টটো জয়ী টীম ইণ্ডিয়া…

386
  • দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টটো বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে টীম ইণ্ডিয়া।
  • এটা ইনিংছ আৰু ১৩৭ ৰানেৰে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ভাৰত।
  • প্ৰথমখন টেষ্টটো জয়ী হৈছিল ভাৰত।
  • ২০৩ ৰানত জয়ী হৈছিল ভাৰত।
  • মায়ংক আগৰৱালে দুৰ্দান্ত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে।
  • বিৰাট কোহলীয়েও দ্বি-শতক অৰ্জন কৰিবলৈ সক্ষম হয়।
  • ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব তৃতীয়খন মেচ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি