চীনৰ ওপৰত ডিজিটেল ষ্ট্ৰাইকঃ ভাৰতত পুনৰ নিষিদ্ধ ৪৭টা চীনা এপছ…

চীনৰ ওপৰত ডিজিটেল ষ্ট্ৰাইকঃ ভাৰতত পুনৰ নিষিদ্ধ ৪৭টা চীনা এপছ…

ডিজিটেল ডেস্কঃ চীনৰ বিৰুদ্ধে ভাৰতৰ আন এক ডিজিটেল ষ্ট্ৰাইক। প্ৰথমে ৫৯টা চীনা এপছ ভাৰতত নিষিদ্ধ ঘোষণা কৰাৰ পাছত সোমবাৰে পুনৰ ভাৰতে নিষিদ্ধ কৰিলে ৪৭টা চীনা এপছ। এই এপছ সমূহৰ ভিতৰত টিকটক লাইট, কেম স্কেনাৰ এনভান্সৰ লগতে আছে কেইবাটাও এপছ। উল্লেখ্য যে, বিগত ,সপ্তাহত দেশত কেন্দ্ৰীয় চৰকাৰে আৰ্থিক নিয়মাৱলী কিছু সাল-সলনি কৰিছিল। এই নিয়মাৱলী অৱলম্বন কৰিয়েই কেন্দ্ৰই গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in