শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

ভাৰতীয় সেনাৰ কৰ্ণেলৰ দেহতো COVID-19…

348
  • ভাৰতীয় সেনা জোৱানৰ দেহতো সংক্ৰমণ কোৰোনা ভাইৰাছ।
  • তিনিজনকৈ সেনা জোৱান আক্ৰানত হৈছে COVID-19ত।
  • দেওবাৰৰ দিনা দুজনৰ দেহত পোৱা গ’ল এই ভাইৰাছ।
  • ভাৰতীয় সেনাই সদৰী কৰিছে এই তথ্য।
  • কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে এজন ক’ৰ্ণেল।
  • ক’ৰ্ণেলজন ভাৰতীয় সেনাৰ কলকাতাৰ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক আছিল।
  • কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা আনজন সেনা জোৱানজন দেহৰাডুনত কৰ্মৰত।
  • ইয়াৰ পূৰ্বে শ্ৰীনগৰত এজন জোৱানৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰিছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি