ভাৰতীয় সেনাৰ কৰ্ণেলৰ দেহতো COVID-19…

ভাৰতীয় সেনাৰ কৰ্ণেলৰ দেহতো COVID-19…

  • ভাৰতীয় সেনা জোৱানৰ দেহতো সংক্ৰমণ কোৰোনা ভাইৰাছ।
  • তিনিজনকৈ সেনা জোৱান আক্ৰানত হৈছে COVID-19ত।
  • দেওবাৰৰ দিনা দুজনৰ দেহত পোৱা গ'ল এই ভাইৰাছ।
  • ভাৰতীয় সেনাই সদৰী কৰিছে এই তথ্য।
  • কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে এজন ক'ৰ্ণেল।
  • ক'ৰ্ণেলজন ভাৰতীয় সেনাৰ কলকাতাৰ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক আছিল।
  • কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা আনজন সেনা জোৱানজন দেহৰাডুনত কৰ্মৰত।
  • ইয়াৰ পূৰ্বে শ্ৰীনগৰত এজন জোৱানৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in