স্বাধীনতা দিৱস উপলক্ষে ওদালগুৰি দুগৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হ’ব মুখ্যমন্ত্ৰীৰ পাৰদৰ্শিতা মেডেল…

স্বাধীনতা দিৱস উপলক্ষে ওদালগুৰি দুগৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হ’ব মুখ্যমন্ত্ৰীৰ পাৰদৰ্শিতা মেডেল…
  • স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ আৰক্ষী বিষয়া-জোৱান সকললৈ আগবঢ়োৱা হ'ব মুখ্যমন্ত্ৰীৰ পাৰদৰ্শিতা মেডেল।
  • ওদালগুৰিৰ দুগৰাকী আৰক্ষী বিষয়ালৈ এই সন্মান।
  • কৰ্তব্যত পাৰদৰ্শিতাৰ বাবে দিয়া হ'ব এই মেডেল।
  • ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰিপুল দাস, উপ-আৰক্ষী অধীক্ষক মইদুল ইছলামলৈ এই সন্মান।
  • শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব এই মেডেল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in