দেশজুৰি স্বাধীনতা দিৱসৰ প্ৰস্তুতি ক’ত কেনেকৈ?

দেশজুৰি স্বাধীনতা দিৱসৰ প্ৰস্তুতি ক’ত কেনেকৈ?

✿ সমগ্ৰ দেশতে স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি।

✿ বুধবাৰে দেশে পালন কৰিব ৭২ সংখ্যাক স্বাধীনতা দিৱস।

✿ গুৱাহাটীতো ১৫ আগষ্টলৈ সাজু প্ৰশাসন।

✿ খানাপাৰাত সম্পন্ন পেৰেড আৰু কুচ-কাৱাজৰ অনুশীলন।

✿ অনুশীলনৰ মাজতে ছেলফিৰ আনন্দ

✿ ১৫ আগষ্ট উপলক্ষে সজাই তোলা হৈছে দিল্লীৰ মিণ্ট' ব্ৰীজ

✿ অনুশীলত ব্যস্ত দিল্লীৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in