শেহতীয়া খবৰ
বালিজুৰি-কাজিৰঙাত বন্যহস্তীৰ উপদ্ৰৱ, নিৰ্লিপ্ত বন বিভাগ  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  ওড়িশ্যাৰ নতুন ডিজিপি নিযুক্তি  •  ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ পঞ্চমখন প্ৰাৰ্থী তালিকা প্ৰকাশ...  •  ওৰাং-গেলাবিলত ১৮ ঘণ্টাৰ ভিতৰত চাৰিটাকৈ দুৰ্ঘটনাত নিহত ১০, আহত ৭  •  সিদ্ধাৰ্থৰ নতুন ছবি ‘মৰজাৱা’ই ৫দিনত উপাৰ্জন কৰিলে...  •  শিক্ষক নিযুক্তিৰ দাবীত বিদ্যালয়ত তলা ওলমালে শিমলুগুৰি আছুৱে  •  ৰহাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল, VIDEO  •  কোকৰাঝাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এবিএমছুৰ ধৰ্ণা কাৰ্যসূচী...

স্বাধীনতা দিৱস উপলক্ষে আটক ধুনীয়াকৈ সজাই তোলা হৈছে সমগ্ৰ দেশ…

133
  • স্বাধীনতা দিৱসৰ বাবে সাজু হৈছে সমগ্ৰ দেশ।
  • দেশৰ বিভিন্ন প্ৰান্ত আটক ধুনীয়াকৈ সজাই তোলা হৈছে স্বাধীনতা দিৱস উপলক্ষে।
  • পঞ্জাৱৰ আট্টাৰী সীমান্তত স্বাধীনতা দিৱস উপলক্ষে সজাই পৰাই তোলা হৈছে।
  • ইফালে, মহাৰাষ্ট্ৰৰ মিন্ট’ হল, ৰাজভৱনকো সজাই তোলা হৈছে স্বাধীনতা দিৱস উপলক্ষে।
  • গুৱাহাটী মহানগৰীত স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলিছে।
  • গুৱাহাটীস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়, গুৱাহাটী উচ্চ ন্যায়ালয়ক সজাই তোলা হৈছে আটকধুনীয়াকৈ।
  • আনহাতে, মুম্বাইৰ পৌৰনিগমৰ কাৰ্যালয়, মন্ত্ৰালয় আদিক স্বাধীনতা দিৱস উপলক্ষে সজাই তোলা হৈছে।
  • লগতে সজাই পৰাই তোলা হৈছে ওড়িশ্যাৰ সচিবালয়কো।
  • ইয়াৰোপৰি, দেশৰ আন প্ৰান্তসমূহতো সম্পন্ন কৰা হৈছে প্ৰস্তুতি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি