স্বাধীনতা দিৱস উপলক্ষে আটক ধুনীয়াকৈ সজাই তোলা হৈছে সমগ্ৰ দেশ…

স্বাধীনতা দিৱস উপলক্ষে আটক ধুনীয়াকৈ সজাই তোলা হৈছে সমগ্ৰ দেশ…
  • স্বাধীনতা দিৱসৰ বাবে সাজু হৈছে সমগ্ৰ দেশ।
  • দেশৰ বিভিন্ন প্ৰান্ত আটক ধুনীয়াকৈ সজাই তোলা হৈছে স্বাধীনতা দিৱস উপলক্ষে।
  • পঞ্জাৱৰ আট্টাৰী সীমান্তত স্বাধীনতা দিৱস উপলক্ষে সজাই পৰাই তোলা হৈছে।
  • ইফালে, মহাৰাষ্ট্ৰৰ মিন্ট' হল, ৰাজভৱনকো সজাই তোলা হৈছে স্বাধীনতা দিৱস উপলক্ষে।
  • গুৱাহাটী মহানগৰীত স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলিছে।
  • গুৱাহাটীস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়, গুৱাহাটী উচ্চ ন্যায়ালয়ক সজাই তোলা হৈছে আটকধুনীয়াকৈ।
  • আনহাতে, মুম্বাইৰ পৌৰনিগমৰ কাৰ্যালয়, মন্ত্ৰালয় আদিক স্বাধীনতা দিৱস উপলক্ষে সজাই তোলা হৈছে।
  • লগতে সজাই পৰাই তোলা হৈছে ওড়িশ্যাৰ সচিবালয়কো।
  • ইয়াৰোপৰি, দেশৰ আন প্ৰান্তসমূহতো সম্পন্ন কৰা হৈছে প্ৰস্তুতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in