প্ৰথমখন টি-২০ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ জয়…

প্ৰথমখন টি-২০ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ জয়…
  • ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ৪ উইকেটত ভাৰতৰ জয়।
  • প্রথমে বেট ধৰি ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ৱেষ্ট ইণ্ডিজে সংগ্ৰহ কৰিছিল ৯৫ ৰান।
  • ভাৰতে ১৭.০২ অভাৰতে উপনীত হয় লক্ষ্যত।
  • ভাৰতৰ হৈ সৰ্বাধিক ২৪ ৰান সংগ্ৰহ ৰোহিত শৰ্মাৰ।
  • ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বাধিক ৪৯ ৰান সংগ্ৰহ কৰে কিৰণ পোলাৰ্ডে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in