দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩৬ ৰানৰ ব্যৱধানত জয়…

দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩৬ ৰানৰ ব্যৱধানত জয়…
  • ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত ৰাজকোটৰ স্বৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয় এদিনীয়াত ভাৰতৰ জয়।
  • প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৬ উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াৰ সন্মুখত বান্ধি দিছিল ৩৪১ ৰানৰ বিশাল স্ক'ৰ।
  • এই লক্ষ্যক অনুসৰণ কৰি নিৰ্ধাৰিত ৫০ অভাৰ নহওঁতেই অষ্ট্ৰেলিয়াই আটাইকেইটা উইকেট হেৰুৱাই।
  • ৪৯.১ অভাৰত অষ্ট্ৰেলিয়াই আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩০৪ ৰান।
  • মেচখনত ৩৬ ৰানত জয়ী হয় ভাৰত।
  • কে এল ৰাহুললৈ প্লেয়াৰ অৱ দ্য মেচ খিতাপ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in