শেহতীয়া খবৰ
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যুঃ কোনে উলিয়াইছে এই ভুৱা খবৰ...  •  চিৰাঙত চোৰাং কাঠ সৰবৰাহত জড়িত তিনিজনকৈ বন বিভাগৰ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন…  •  ৰাজ্যত পুনৰ ৪৫৯৩জন কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬৮,৯৯৯ জনলৈ বৃদ্ধি...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  কোভিড-১৯ঃ পুনৰ ৬জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি...  •  গোৱালপাৰাত একেদিনাই ১১০জন কোভিড পজিটিভ, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৯৮ জনলৈ বৃদ্ধি  •  ধেমাজিত পুনৰ ১৬২ গৰাকীৰ কোভিড পজিটিভ চিনাক্ত...  •  যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,৪৩,১০৯জনৰ কোভিড টেষ্ট...  •  নাৰায়ণপুৰত মনিকাঞ্চন কলা নিকেতনৰ সত্ৰীয়া সংগীত সমাৰোহ...

১৯ অনূৰ্ধৰ ক্ৰিকেট বিশ্বকাপঃ ছেমি ফাইনেলত ভাৰতৰ হাতত পৰাস্ত পাকিস্তান…

559
  • ১৯ অনূৰ্ধৰ ক্ৰিকেট বিশ্বকাপ ২০২০ৰ ছেমি ফাইনেল মেচত ভাৰতৰ হাতত পৰাস্ত পাকিস্তান।
  • ১০ উইকেটত মেচখনত জয়ী হয় ভাৰত।
  • টছত জয়ী হৈ প্ৰথমে বেটিং কৰে পাকিস্তানে।
  • ৪৩.১ অভাৰত পাকিস্তানে সংগ্ৰহ কৰে ১৭২ ৰান।
  • পাকিস্তানে বান্ধি দিয়া টাৰ্গেট ভাঙি ১৭৬ ৰান সংগ্ৰহ কৰে ভাৰতে।
  • এটাও উইকেট নেহেৰুওৱাকৈ এই ৰান সংগ্ৰহ ভাৰতৰ।
  • এই মেচখনত ভাৰতীয় ক্ৰিকেটাৰ ৱাই জেশ্বালক ‘মেন অৱ দ্য মেচ’ খিতাপ দিয়া হয়।
  • জেশ্বালে ১১৩টা বলত ১০৫ ৰান সংগ্ৰহ কৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি