১৯ অনূৰ্ধৰ ক্ৰিকেট বিশ্বকাপঃ ছেমি ফাইনেলত ভাৰতৰ হাতত পৰাস্ত পাকিস্তান…

১৯ অনূৰ্ধৰ ক্ৰিকেট বিশ্বকাপঃ ছেমি ফাইনেলত ভাৰতৰ হাতত পৰাস্ত পাকিস্তান…
  • ১৯ অনূৰ্ধৰ ক্ৰিকেট বিশ্বকাপ ২০২০ৰ ছেমি ফাইনেল মেচত ভাৰতৰ হাতত পৰাস্ত পাকিস্তান।
  • ১০ উইকেটত মেচখনত জয়ী হয় ভাৰত।
  • টছত জয়ী হৈ প্ৰথমে বেটিং কৰে পাকিস্তানে।
  • ৪৩.১ অভাৰত পাকিস্তানে সংগ্ৰহ কৰে ১৭২ ৰান।
  • পাকিস্তানে বান্ধি দিয়া টাৰ্গেট ভাঙি ১৭৬ ৰান সংগ্ৰহ কৰে ভাৰতে।
  • এটাও উইকেট নেহেৰুওৱাকৈ এই ৰান সংগ্ৰহ ভাৰতৰ।
  • এই মেচখনত ভাৰতীয় ক্ৰিকেটাৰ ৱাই জেশ্বালক 'মেন অৱ দ্য মেচ' খিতাপ দিয়া হয়।
  • জেশ্বালে ১১৩টা বলত ১০৫ ৰান সংগ্ৰহ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in