অৱশেষত ইংলেণ্ডৰ পৰা আহিল ভাল খবৰটো…

অৱশেষত ইংলেণ্ডৰ পৰা আহিল ভাল খবৰটো…
  • ইংলেণ্ডৰ মানচেষ্টাৰৰ পৰা আহিছে ভাল খবৰ।
  • মুকলি হৈছে আকাশ।
  • আতৰাই দিয়া হৈছে খেলপথাৰ ঢাকি ৰখা কভাৰ।
  • ওৰেনিশা খেলপথাৰত ওপৰত ৰখা হৈছিল কভাৰ।
  • সময় মতেই অথাৎ ৩ বজাৰ পৰাই আৰম্ভ হ'ব মেচ।
  • মেচখনত মুঠ ব্ৰেক সময় থাকিব ১০ মিনিট।
  • ৪৬.১ অভাৰৰ পৰা নিউজিলেণ্ডে কৰিব বেটিং।
  • বৰ্তমান ৫ উইকেট হেৰুৱাই নিউজিলেণ্ডৰ স্কৰ ২১১।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in