শেহতীয়া খবৰ
সন্ধিয়া মঙলদৈৰ মাজমজিয়াত জেহাদিৰ পুট্টালিকা দাহেৰে প্ৰতিবাদ  •  কৃষ্ণাই প্ৰেছ ক্লাবৰ মনোজ্ঞ অনুষ্ঠান, শৰতৰ জোনাকত এখন্তেক  •  ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO  •  ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...

অৱশেষত ইংলেণ্ডৰ পৰা আহিল ভাল খবৰটো…

763
  • ইংলেণ্ডৰ মানচেষ্টাৰৰ পৰা আহিছে ভাল খবৰ।
  • মুকলি হৈছে আকাশ।
  • আতৰাই দিয়া হৈছে খেলপথাৰ ঢাকি ৰখা কভাৰ।
  • ওৰেনিশা খেলপথাৰত ওপৰত ৰখা হৈছিল কভাৰ।
  • সময় মতেই অথাৎ ৩ বজাৰ পৰাই আৰম্ভ হ’ব মেচ।
  • মেচখনত মুঠ ব্ৰেক সময় থাকিব ১০ মিনিট।
  • ৪৬.১ অভাৰৰ পৰা নিউজিলেণ্ডে কৰিব বেটিং।
  • বৰ্তমান ৫ উইকেট হেৰুৱাই নিউজিলেণ্ডৰ স্কৰ ২১১।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি