২৪০ ৰানৰ লক্ষ্যৰে খেলপথাৰত নামিব ইণ্ডিয়া…

২৪০ ৰানৰ লক্ষ্যৰে খেলপথাৰত নামিব ইণ্ডিয়া…
  • প্ৰতিকুল বতৰকো নেওচি নিউজিলেণ্ডে কৰিলে বেটিং।
  • ভাৰতক দিল ২৪০ ৰানৰ লক্ষ্য।
  • নিৰ্ধাৰিত ৫০ অভাৰত ৮ টা উইকেটৰ বিনিময়ত ২৩৯ ৰান সংগ্ৰহ।
  • ৪৬.১ অভাৰৰ পৰা আৰম্ভ হৈছিল বুধবাৰৰ মেচ।
  • বুধবাৰে ৩ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৮ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in