শেহতীয়া খবৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  বটদ্ৰৱা থানৰ নামলগোৱানী মিনতি বৰাৰ বিয়োগ  •  নীলবাগানৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা  •  দৌলাশালত কংগ্ৰেছৰ বিশাল জনজাগৰণ সভা, ''কা"খন 'শ্লো পয়জন'ৰ দৰেঃ ৰিপুন বৰা, VIDEO  •  তেজৰ অভাৱত এতিয়াৰ পৰা ওদালগুৰিত মৃত্যু নহয় ৰোগীৰ, মুকলিৰ পাছত প্ৰথমবাৰৰ বাবে ৰক্তদান শিৱিৰ ওদালগুৰি ব্লাড বেংকত  •  বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীক আক্ৰমণ! ছিউলি মহিলাৰীৰ লগত আছিল দুই পুত্ৰ জান আৰু জিউ, VIDEO  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  ৪দিনৰ অসম আৰক্ষীৰ জিম্মাত শ্বাৰ্জিল ইমামক... VIDEO

নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাঃ ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈৰ নাম ঘোষণা…

493
  • নিউজিলেণ্ডৰ বিৰুদ্ধে এইবাৰ খেলপথাৰত নামিবলৈ সাজু হৈছে ভাৰত।
  • নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিবৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ ১৫জন  খেলুৱৈসকলৰ নাম ঘোষণা কৰা হয়।
  • ভাৰতীয় দলত আছে ক্ৰমে- অধিনায়ক বিৰাট কোহলী, ৰোহিত শৰ্মা, পৃথ্বী শ্ব’, কে এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, মনিষ পাণ্ডে, ৰিশ্বৱ পান্ট, শিৱম ডুবে, কুলদীপ যাদৱ, ৱাই চহল, ৰবিন্দ্ৰ জাডেজা, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, নবদীপ ছৈনী, শ্বাৰ্দুল থাকুৰ, কেডাৰ যাদৱ।
  • উল্লেখ্য যে, অহা ৫ ফেব্ৰুৱাৰীৰ পুৱা ৭.৩০ বজাত আৰম্ভ হ’ল এই শৃংখলাৰ প্ৰথমখন মেচ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি