মঙলবাৰে নোলাল ফলাফল, বুধবাৰে পুনৰ বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰত

মঙলবাৰে নোলাল ফলাফল, বুধবাৰে পুনৰ বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰত
  • বিশ্বকাপ ২০১৯ৰ ভাৰত-নিউজিলেণ্ডৰ প্ৰথম ছেমি ফাইনেল মেচখন স্থগিত।
  • বৰষুণৰ বাবে স্থগিত ৰখা হয় খেলখন।
  • বৰষুণ অহাৰ পূৰ্বে নিউজিলেণ্ডে ২১১ ৰান সংগ্ৰহ কৰিছিল ৪৬.১ অভাৰত।
  • বুধবাৰে বিয়লি ৩ বজাত অনুষ্ঠিত হ'ব খেলখনৰ বাকী থকা অংশ।
  • মঙলবাৰে বাকী ৰৈ যোৱা অভাৰৰ পৰা আৰম্ভ হ'ব মেচখন।
  • ৫ উইকেটৰ বিনিময়ত মঙলবাৰে ২১১ ৰান সংগ্ৰহ কৰিছিল নিউজিলেণ্ডে।
  • বৰষুণ কিছু পৰিমাণে এৰাৰ বাবে ক্ৰীজত পুনৰ নামিছিল ৰ'জ টেইলৰ আৰু ট'ম লেথাম।
  • ভূৱনেশ্বৰ কুমাৰে পুনৰ আৰম্ভ কৰিছিল বলিং।
  • কিন্তু তাৰ পিছতে আকৌ আহে বৰষুণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in