শেহতীয়া খবৰ
ওৰাঙত বজ্ৰ পৰি স্কুলীয়া ছাত্ৰী নিহত, এহাল দম্পত্তিসহ আহত কেইবাজনো...VIDEO  •  অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  কৰুণ ঘটনা! বজ্ৰপাতৰ ফলত নিহত ৮ শিশু, আহত ৯...  •  সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ...  •  ১০ গঁড়কে ধৰি কাজিৰঙাত এতিয়ালৈকে বানত মৃত্যু হৈছে শতাধিক বন্যপ্ৰাণীৰ  •  এফ চি আইৰ টংলা খাদ্য ভাণ্ডাৰত ঠিকাদাৰ-শ্ৰমিকৰ মাজত সংঘাত, শ্ৰমিকৰ বিক্ষোভত কেইবা ঘন্টাও অচল কাম-কাজ...  •  গুৱাহাটীত ৰাজভৱনৰ বাহনৰ খুন্দাত আহত পথচাৰীৰ জি এম চি এইছত মৃত্যু...  •  বানত ককবকাইছে ৰাজ্যৰ বহু প্ৰান্তৰ হাজাৰ হাজাৰ লোকে, সাহাৰ্য সামগ্ৰী বিতৰণ সমাজকৰ্মী, বে-চৰকাৰী সংস্থাৰ  •  ভয়ংকৰ পৰিৱেশ! বানপানীৰ মাজতে কৰিলে বিদ্যুৎ সংযোগ, জুইত জাহ গ'ল এখন ঘৰ...  •  হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তঃ বানে ক্ষতি কৰা কাঁইটীয়া তাঁৰৰ বেৰ, বি এছ এফ কেম্প পৰিদৰ্শন

মঙলবাৰে নোলাল ফলাফল, বুধবাৰে পুনৰ বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰত

2,153
  • বিশ্বকাপ ২০১৯ৰ ভাৰত-নিউজিলেণ্ডৰ প্ৰথম ছেমি ফাইনেল মেচখন স্থগিত।
  • বৰষুণৰ বাবে স্থগিত ৰখা হয় খেলখন।
  • বৰষুণ অহাৰ পূৰ্বে নিউজিলেণ্ডে ২১১ ৰান সংগ্ৰহ কৰিছিল ৪৬.১ অভাৰত।
  • বুধবাৰে বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব খেলখনৰ বাকী থকা অংশ।
  • মঙলবাৰে বাকী ৰৈ যোৱা অভাৰৰ পৰা আৰম্ভ হ’ব মেচখন।
  • ৫ উইকেটৰ বিনিময়ত মঙলবাৰে ২১১ ৰান সংগ্ৰহ কৰিছিল নিউজিলেণ্ডে।
  • বৰষুণ কিছু পৰিমাণে এৰাৰ বাবে ক্ৰীজত পুনৰ নামিছিল ৰ’জ টেইলৰ আৰু ট’ম লেথাম।
  • ভূৱনেশ্বৰ কুমাৰে পুনৰ আৰম্ভ কৰিছিল বলিং।
  • কিন্তু তাৰ পিছতে আকৌ আহে বৰষুণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি