শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

নিউজিলেণ্ডৰ সন্মুখত ৩৪৮ ৰানৰ লক্ষ্য…

  • বুধবাৰে অনুষ্ঠিত হোৱা ভাৰত-নিউজিলেণ্ডৰ মাজত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত নিউজিলেণ্ডৰ সন্মুখত ৩৪৮ ৰানৰ লক্ষ্য।
  • প্ৰথমে বেটিং কৰি ভাৰতে সংগ্ৰহ কৰে ৪ উইকেটৰ বিনিময়ত ৩৪৭ ৰান।

Image
  • ভাৰতৰ হৈ সৰ্বাধিক ১০৭ বলত ১০৩ ৰান সংগ্ৰহ কৰে শ্ৰেয়ছ আয়াৰে।
Image
  • দ্বিতীয় সৰ্বাধিক ৮৮ ৰান সংগ্ৰহ কৰে কে এল ৰাহুলে।
Image
  • উল্লেখ্য যে, চেদন পাৰ্কত অনুষ্ঠিত হোৱা খেলখনত টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল নিউজিলেণ্ডে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি