নিউজিলেণ্ডৰ সন্মুখত ৩৪৮ ৰানৰ লক্ষ্য…

নিউজিলেণ্ডৰ সন্মুখত ৩৪৮ ৰানৰ লক্ষ্য…
  • বুধবাৰে অনুষ্ঠিত হোৱা ভাৰত-নিউজিলেণ্ডৰ মাজত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত নিউজিলেণ্ডৰ সন্মুখত ৩৪৮ ৰানৰ লক্ষ্য।
  • প্ৰথমে বেটিং কৰি ভাৰতে সংগ্ৰহ কৰে ৪ উইকেটৰ বিনিময়ত ৩৪৭ ৰান।
  • ভাৰতৰ হৈ সৰ্বাধিক ১০৭ বলত ১০৩ ৰান সংগ্ৰহ কৰে শ্ৰেয়ছ আয়াৰে।
  • দ্বিতীয় সৰ্বাধিক ৮৮ ৰান সংগ্ৰহ কৰে কে এল ৰাহুলে।
  • উল্লেখ্য যে, চেদন পাৰ্কত অনুষ্ঠিত হোৱা খেলখনত টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল নিউজিলেণ্ডে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in