ভাৰত- ইংলেণ্ড টেষ্ট : টছত জয়লাভ কৰি ইংলেণ্ডৰ বেটিং কৰাৰ সিদ্ধান্ত…

ভাৰত- ইংলেণ্ড টেষ্ট : টছত জয়লাভ কৰি ইংলেণ্ডৰ বেটিং কৰাৰ সিদ্ধান্ত…

ডিজিটেল ডেস্ক : শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হ'ব ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথম থন টেষ্ট । চেন্নাই অনুষ্ঠিত হ'বলগীয়া প্ৰথম খন টেষ্টত ইংলেণ্ডে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । অষ্ট্ৰেলিয়াত খিতাপ দখল কৰি আত্মবিশ্বাসী হৈ আছে ভাৰতীয় দলটো । ইফালে বিৰাট কোহলীৰ প্ৰত্যাৱৰ্তনে দলটোৰ বেটিং শক্তি বৃদ্ধি কৰিছে ।

ইফালে ভাৰতীয় দলৰ মূল একাদশকত স্থান নাপালে অক্ষৰ পেটেলে । ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া ভাৰতীয় দলটো হৈছে – বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা, শুভমান গিল,চেতেশ্বৰ পুজাৰা,আজিঙ্কা ৰাহানে,ঋষভ পন্ট (উইকেটকিপাৰ),ৱাশ্বিংটন সুন্দৰ, ৰবিচন্দ্ৰন অশ্বিন,ইশান্ত শৰ্মা,যশপ্ৰিত বুমৰাহ, শ্বাহবাজ নাদিম ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in