শেহতীয়া খবৰ
ধুবুৰীৰ কোৰোনাত আক্ৰান্ত লোকজনৰ পৰিচয়, কৰ পৰা কেতিয়া ক'লৈ গৈছিল...  •  দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত বক্সাৰ লাভলিনা বৰগোঁহাইৰ...  •  পুৰণিগুদামত দৰিদ্ৰজনৰ কাষত আৰক্ষী বিষয়া,সামাজিক সংগঠন...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...

দেওবাৰে ভাৰত-বাংলাদেশৰ ১৯ অনুৰ্ধৰ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল…

186

ডিজিটেল ডেস্কঃ দেওবাৰে ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপ ক্ৰিকেটৰ ডূড়ান্ত খেল। বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া খেলখনক লৈ ভাৰতীয় দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে। ছেনৱাছ পাৰ্কত অনুষ্ঠিত হ’বলগীয়া খেলখনত পঞ্চমবাৰৰ বাবে বিশ্বকাপ আজুৰি আনিবলৈ চেষ্টা কৰিব ভাৰতে। প্ৰিয়ম গাৰ্গৰ নেতৃত্বৰ দলটোৱে ইতিমধ্যে সুন্দৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে।

২০১৮ বৰ্ষৰ সৈতে ইতিমধ্যে ৪ বাৰৰ বাবে কাপ জয় কৰা ভাৰতক হৰুৱাবলৈ চেষ্টা কৰিব এবাৰো কাপ লাভ কৰিবলৈ সক্ষম নোহোৱা বাংলাদেশে। বাংলাদেশে কুৱাৰ্টাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক আৰু চেমি ফাইনেলত নিউজিলেণ্ডক হৰুৱাবলৈ সক্ষম হৈছে। উল্লেখ্য যে, দেওবাৰৰ খেলখন ১.৩০ বজাৰ পৰা আৰম্ভ হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি