শেহতীয়া খবৰ
টুটু আমাৰ বৰ মৰমৰ আছিল...  •  টুটু আমাৰ বৰ মৰমৰ আছিল...  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী

টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচৰ বাবে কলকাতাত উপস্থিত ভাৰতীয় ক্ৰিকেট দল…

352

ডিজিটেল ডেস্কঃ মঙলবাৰে কলকাতাত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দল। বাংলাদেশৰ সৈতে টেষ্ট মেচ খেলাৰ বাবে কলকাতা উপস্থিত ক্ৰিকেট দলটো। বিচিচিআই-য়ে টুইটাৰত এটা ভিডিঅ’ পোষ্ট কৰে, য’ত খেলুৱৈসকলৰ সৈতে দলটোৰ প্ৰশিক্ষককো দেখা পোৱা যায়।

ভাৰতীয় ক্ৰিকেট দলৰ স্থানীয় মেনেজাৰ সম্ৰাট ভৌমিকে কয়- ‘দুয়োজন প্ৰশিক্ষকেই বিমানবন্দৰৰ পৰা পোনে পোনে ইডেন গাৰ্ডেন ষ্টেডিয়ামত উপস্থিত হয়। আৰু তাৰপাছত সন্ধিয়া ভাগত অনুশীলনৰ বাবে দলটোৰ আটাইকেইজন খেলুৱৈক মাতি পঠিয়ায়। উল্লেখ্য যে, এই টেষ্ট শৃংখলাত ১-০ত আগবাঢ়ি আছে ভাৰত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি