শেহতীয়া খবৰ
অৰুণাচল, ছিকিমৰ বিধানসভা নিৰ্বাচন, ১৮ প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ  •  হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ

৫ম এদিনীয়াত ভাৰতক ২৭৩ ৰাণৰ জয়ৰ লক্ষ্য অষ্ট্ৰেলিয়াৰ

89
  • ভাৰত-অষ্ট্ৰেলিয়াৰ পঞ্চম তথা শেষৰখন এদিনীয়া।
  • প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৯ উইকেটৰ বিনিময়ত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে ২৭২ ৰাণ।
  • ২৭৩ ৰাণৰ লক্ষ্য আগত ৰাখি খেলপথাৰত নামিব টীম ইণ্ডিয়া।
  • টীম ইণ্ডিয়াৰ হৈ ভুৱনেশ্বৰ কুমাৰে দখল কৰে তিনিটা উইকেট।
  • ইতিমধ্যে ৫ দিনীয়া শৃংখলাত ২খন মেচত ভাৰত আৰু ২ খন মেচত অষ্ট্ৰেলিয়া জয়ী হৈছে।
  • দিল্লীৰ ফিৰোজ শ্বাহ কৌটলা ষ্ট্ৰেডিয়ামত অনুষ্ঠিত হৈছে এই নিৰ্ণায়ক খেল খন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি