৫ম এদিনীয়াত ভাৰতক ২৭৩ ৰাণৰ জয়ৰ লক্ষ্য অষ্ট্ৰেলিয়াৰ

৫ম এদিনীয়াত ভাৰতক ২৭৩ ৰাণৰ জয়ৰ লক্ষ্য অষ্ট্ৰেলিয়াৰ
  • ভাৰত-অষ্ট্ৰেলিয়াৰ পঞ্চম তথা শেষৰখন এদিনীয়া।
  • প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৯ উইকেটৰ বিনিময়ত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে ২৭২ ৰাণ।
  • ২৭৩ ৰাণৰ লক্ষ্য আগত ৰাখি খেলপথাৰত নামিব টীম ইণ্ডিয়া।
  • টীম ইণ্ডিয়াৰ হৈ ভুৱনেশ্বৰ কুমাৰে দখল কৰে তিনিটা উইকেট।
  • ইতিমধ্যে ৫ দিনীয়া শৃংখলাত ২খন মেচত ভাৰত আৰু ২ খন মেচত অষ্ট্ৰেলিয়া জয়ী হৈছে।
  • দিল্লীৰ ফিৰোজ শ্বাহ কৌটলা ষ্ট্ৰেডিয়ামত অনুষ্ঠিত হৈছে এই নিৰ্ণায়ক খেল খন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in