দেওবাৰে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ চতুৰ্থখন এদিনীয়া ক্ৰিকেট মেচ

ফাইল ফটো
ফাইল ফটো
  • দেওবাৰে অনুষ্ঠিত হ'ব ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ চতুৰ্থখন এদিনীয়া ক্ৰিকেট মেচ।
  • মোহালিত অনুষ্ঠিত হ'ব খেলখন।
  • দিনৰ ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব চতুৰ্থখন এদিনীয়া।
  • দেওবাৰে খেলুৱৈ সকলৰ নাম তালিকাত সাল-সলনি ঘটাৰ সম্ভাৱনা আছে।
  • প্ৰথম ৩খন মেচত ভাল প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম নোহোৱা কেইবাগৰাকী খেলুৱৈ বাদ পৰাৰ সম্ভাৱনা দেখা দিছে।
  • ইয়াৰ পূৰ্বৰ ৩ খন খেলৰ ২খনত জয়ী হৈছিল ভাৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in