শেহতীয়া খবৰ
নাৰায়ণপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ-২০২১ : স্মৃতিগ্ৰন্থ ৰূপ ৰস ৰংগ উন্মোচন...  •  মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...  •  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...

চতুৰ্থ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিম দিনা ভাৰতৰ লক্ষ্য ৩২৪ ৰান…

516

ডিজিটেল ডেস্ক : ব্ৰীচবেনত অনুষ্ঠিত ভাৰত অষ্ট্ৰেলিয়াৰ পঞ্চমখন টেষ্ট মেচত জয়ীৰ বাবে অন্তিম দিনাটোত ভাৰতে ৩২৪ ৰান সংগ্ৰহ কৰিব লাগিব । বৰ্ষাবিঘ্নিত খেল খনত চতুৰ্থ দিনা বৰষুণৰ বাবে খেল নিৰ্ধাৰিত সময়ৰ পূৰ্বে সমাপ্ত হয় ।

দ্বিতীয় ইনিংছত ভাৰতে ১.৫ ইভাৰ খেলি এটা উইকেটো নহেৰুৱাকৈ ৪ ৰান সংগ্ৰহ কৰিছে । অপেনাৰ ৰোহিত শৰ্মাই ৪ আৰু শুভমান গীলে ০ ৰান কৰি ক্ৰীজত আছে । ইয়াৰ পূৰ্বে চতুৰ্থ দিনা দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই ৩৯৪ ৰান সংগ্ৰহ কৰিছিল ।

জয়ৰ বাবে ভাৰত ৩২৮ ৰানৰ লক্ষ্য বান্ধি দিছিল অষ্ট্ৰেলিয়াই । প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিল ৩৬৯ ৰান সংগ্ৰহ কৰিছিল । ভাৰতে প্ৰথম ইনিংছত ৩৩৬ ৰান সংগ্ৰহ কৰিছিল । সেই সূত্ৰে ভাৰতক এতিয়া জয়ৰ বাবেৈ প্ৰয়োজন হ’ব ৩২৪ ৰান ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি