চতুৰ্থ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিম দিনা ভাৰতৰ লক্ষ্য ৩২৪ ৰান…

চতুৰ্থ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিম দিনা ভাৰতৰ লক্ষ্য ৩২৪ ৰান…

ডিজিটেল ডেস্ক : ব্ৰীচবেনত অনুষ্ঠিত ভাৰত অষ্ট্ৰেলিয়াৰ পঞ্চমখন টেষ্ট মেচত জয়ীৰ বাবে অন্তিম দিনাটোত ভাৰতে ৩২৪ ৰান সংগ্ৰহ কৰিব লাগিব । বৰ্ষাবিঘ্নিত খেল খনত চতুৰ্থ দিনা বৰষুণৰ বাবে খেল নিৰ্ধাৰিত সময়ৰ পূৰ্বে সমাপ্ত হয় ।

দ্বিতীয় ইনিংছত ভাৰতে ১.৫ ইভাৰ খেলি এটা উইকেটো নহেৰুৱাকৈ ৪ ৰান সংগ্ৰহ কৰিছে । অপেনাৰ ৰোহিত শৰ্মাই ৪ আৰু শুভমান গীলে ০ ৰান কৰি ক্ৰীজত আছে । ইয়াৰ পূৰ্বে চতুৰ্থ দিনা দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই ৩৯৪ ৰান সংগ্ৰহ কৰিছিল ।

জয়ৰ বাবে ভাৰত ৩২৮ ৰানৰ লক্ষ্য বান্ধি দিছিল অষ্ট্ৰেলিয়াই । প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিল ৩৬৯ ৰান সংগ্ৰহ কৰিছিল । ভাৰতে প্ৰথম ইনিংছত ৩৩৬ ৰান সংগ্ৰহ কৰিছিল । সেই সূত্ৰে ভাৰতক এতিয়া জয়ৰ বাবেৈ প্ৰয়োজন হ'ব ৩২৪ ৰান ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in