শেহতীয়া খবৰ
লকডাউনৰ সময়ত মানসিক অসুস্থতাত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…  •  কোৰোনাক প্ৰতিহত কৰিবলৈ GMDAৰ বিষয়া-কৰ্মচাৰীয়ে চৰকাৰক দিলে এদিনৰ দৰমহা...

কোৰোনা ভাইৰাছৰ আতংকঃ পিছুৱাই দিয়া হ’ল ভাৰত-দক্ষিণ আফ্ৰিকাৰ এদিনীয়া মেচ…

816
  • কোৰোনা ভাইৰাছৰ আতংক।
  • পিছুৱাই দিয়া হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ এদিনীয়া মেচ।
  • প্ৰথমে পিছুৱাই দিয়া হৈছিল বৃহস্পতিবাৰৰ মেচখন।
  • শুকুৰবাৰে পৰৱৰ্তী ২খন মেচো পিছুৱাই দিয়াৰ কথা ঘোষণা কৰা হৈছে।
  • লক্ষ্ণৌ আৰু কলকাতাত অনুষ্ঠিত হোৱাৰ কথা আছিল মেচ দুখন।
  • বিচিচিআই আৰু ক্ৰিকেট চাউথ আফ্ৰিকাই লৈছে খেল পিছুওৱাৰ সিদ্ধান্ত।
  • উল্লেখ্য যে, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৩খন এদিনীয়া খেল অনুষ্ঠিত হোৱাৰ কথা আছিল।
  • পৰৱৰ্তী ২খন খেল আছিল মাৰ্চৰ ১৫ আৰু ১৯ তাৰিখে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি