Published on:
Updated on:
- কোৰোনা ভাইৰাছৰ আতংক।
- পিছুৱাই দিয়া হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ এদিনীয়া মেচ।
- প্ৰথমে পিছুৱাই দিয়া হৈছিল বৃহস্পতিবাৰৰ মেচখন।
- শুকুৰবাৰে পৰৱৰ্তী ২খন মেচো পিছুৱাই দিয়াৰ কথা ঘোষণা কৰা হৈছে।
- লক্ষ্ণৌ আৰু কলকাতাত অনুষ্ঠিত হোৱাৰ কথা আছিল মেচ দুখন।
- বিচিচিআই আৰু ক্ৰিকেট চাউথ আফ্ৰিকাই লৈছে খেল পিছুওৱাৰ সিদ্ধান্ত।
- উল্লেখ্য যে, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৩খন এদিনীয়া খেল অনুষ্ঠিত হোৱাৰ কথা আছিল।
- পৰৱৰ্তী ২খন খেল আছিল মাৰ্চৰ ১৫ আৰু ১৯ তাৰিখে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in