জম্মু-কাশ্মীৰৰ পৰা ১৪৪ ধাৰা বাতিল নকৰা পৰ্যন্ত ভাৰতৰ সৈতে আলোচনাত বহাৰ সম্ভৱনা নাই পাকিস্তানৰঃ ইমৰান খান

জম্মু-কাশ্মীৰৰ পৰা ১৪৪ ধাৰা বাতিল নকৰা পৰ্যন্ত ভাৰতৰ সৈতে আলোচনাত বহাৰ সম্ভৱনা নাই পাকিস্তানৰঃ ইমৰান খান
  • জম্মু-কাশ্মীৰৰ পৰা ১৪৪ ধাৰা বাতিলৰ দাবী পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ।
  • ১৪৪ ধাৰা বাতিল নকৰা পৰ্যন্ত ভাৰতৰ সৈতে কোনো দ্বিপাক্ষিক আলোচনাৰ সম্ভাৱনা নাই বুলি মন্তব্য ইমৰান খানৰ।
  • পাকিস্তানৰ সংবাদ মাধ্যমে সদৰী কৰিছে এই কথা।
  • জম্মু-কাশ্মীৰক লৈ আলোচনা কৰিবলৈ পাকিস্তানৰ কোনো আগ্ৰহ নাই বুলিও মন্তব্য কৰে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে।
  • উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বিলুপ্তিক লৈ ভাৰতৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি আহিছে ইমৰান খানে।
  • আনহাতে এইবাৰ জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত ১৪৪ ধাৰা জাৰি কৰা হোৱাক লৈও অসন্তুষ্টি ব্যক্ত কৰে তেওঁ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in