শেহতীয়া খবৰ
লখিমপুৰৰ বগীনদী সদৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ঘৰ্মঘট...  •  কটনিয়ানৰ আহ্বানত গুৱাহাটীত সমবেত হ'ল সহস্ৰাধিক কেব বিৰোধী ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিক, VIDEO  •  গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীঃ কেব গৃহীত কৰিলে সমগ্ৰ অসম জ্বলাৰ হুংকাৰ  •  মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দৰং জিলা সাহিত্য সভাৰ অবস্থান ধৰ্মঘট  •  বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক সত্যনাথ দাসৰ দেহাৱসান  •  হায়দৰাবাদৰ এনকাউণ্টাৰক লৈ নিজাববীয়াকৈ তদন্ত আৰম্ভ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ…  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা মমতা বেনাৰ্জীৰ, ক’লে...  •  'কেব’ৰ বিৰুদ্ধে দৰঙত কংগ্ৰেছৰ ৭ ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ  •  ‘কেব’ৰ বিৰুদ্ধে দিল্লীৰ সংসদ ভৱনৰ সন্মুখত ৰিপুণ বৰাৰ অকলেই প্ৰতিবাদ

জম্মু-কাশ্মীৰৰ পৰা ১৪৪ ধাৰা বাতিল নকৰা পৰ্যন্ত ভাৰতৰ সৈতে আলোচনাত বহাৰ সম্ভৱনা নাই পাকিস্তানৰঃ ইমৰান খান

298
  • জম্মু-কাশ্মীৰৰ পৰা ১৪৪ ধাৰা বাতিলৰ দাবী পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ।
  • ১৪৪ ধাৰা বাতিল নকৰা পৰ্যন্ত ভাৰতৰ সৈতে কোনো দ্বিপাক্ষিক আলোচনাৰ সম্ভাৱনা নাই বুলি মন্তব্য ইমৰান খানৰ।
  • পাকিস্তানৰ সংবাদ মাধ্যমে সদৰী কৰিছে এই কথা।
  • জম্মু-কাশ্মীৰক লৈ আলোচনা কৰিবলৈ পাকিস্তানৰ কোনো আগ্ৰহ নাই বুলিও মন্তব্য কৰে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে।
  • উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বিলুপ্তিক লৈ ভাৰতৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি আহিছে ইমৰান খানে।
  • আনহাতে এইবাৰ জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত ১৪৪ ধাৰা জাৰি কৰা হোৱাক লৈও অসন্তুষ্টি ব্যক্ত কৰে তেওঁ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি