শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ…

90

ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানে দেওবাৰে ফৰাচী ৰাষ্ট্ৰপতি ইমেনুৱেল মেক্ৰনৰ বিৰুদ্ধে “ইছলাম আক্ৰমণ”কৰা বুলি অভিযোগ কৰিছে। মেক্ৰনে ইছলামত বিশ্বাস কৰা সকলৰ সমালোচনা কৰা আৰু পয়গম্বৰ মোহাম্মদৰ কাৰ্টুন প্ৰদৰ্শন কৰা সকলক ৰক্ষণাবেক্ষণ দিয়াৰ কথা পোহৰলৈ আহিছে।

বিগত সপ্তাহত পেৰিছত কথা কোৱাৰ স্বাধীনতাৰ এটা শ্ৰেণীত পয়গম্বৰ মোহাম্মদৰ কাৰ্টুন দেখুওৱা এজন ফৰাচী শিক্ষকৰ ডিঙি কাটি দিয়া হৈছিল। এই সম্পৰ্কে মেক্ৰনে বিগত সপ্তাহত দিয়া এক বক্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে তেওঁ ইমৰান খানে এই মন্তব্য কৰিছে।

খানে কয় যে, এয়া দুৰ্ভাগ্যপূৰ্ণ যে মেক্ৰনে ইছলামফোবিয়া বঢ়োৱাৰ বাট মুকলি কৰিছে বাবেই সন্ত্ৰাসবাদীক আক্ৰনণ কৰাৰ বিপৰীতে মুছলমান সকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি