শেহতীয়া খবৰ
গণনিগ্ৰহ প্ৰতিৰোধ  •  গণনিগ্ৰহ প্ৰতিৰোধ  •  আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...

ইম্ফলৰ বীৰ টিকেন্দ্ৰজিত বিমানবন্দৰত কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীসহ ৫ ছহিদলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ…

ডিজিটেল সংবাদ, বেকাজানঃ শনিবাৰে মণিপুৰৰ চূড়াচান্দপুৰত পিপলছ লিবাৰেচন আৰ্মিৰ নিৰ্বিচাৰ গুলীবৰ্ষণত নিহত হোৱা আছাম ৰাইফলছ ছহিদ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী আৰু তেওঁৰ সৰ্তীথ জোৱানসকললৈ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

বিয়লি ইম্ফলৰ বীৰ টিকেন্দ্ৰজিত বিমানবন্দৰ অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লৈ বিদ্ৰোহী এনে কাপুৰুষালি কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰি এন বীৰেন সিঙে কয়- উগ্ৰপন্থীৰ এনে কাৰ্যকলাপ সহ্য কৰা নহ’ব। ছহিদৰ পৰিয়ালক আশ্বাস দি তেওঁ ম্যানমাৰ সীমান্তত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰাৰ নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে শনিবাৰে ছহিদ হোৱা আটাইকেইজন জোৱানক শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত সেনাৰ বিশেষ হেলিকেপ্টাৰে নিজ নিজ বাসগৃহলৈ প্ৰেৰণ কৰা হৈছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি