ইম্ফলত আই ই ডি বিস্ফোৰণত জড়িত ৪ উগ্ৰপন্থীক গ্ৰেপ্তাৰ

ইম্ফলত আই ই ডি বিস্ফোৰণত জড়িত ৪ উগ্ৰপন্থীক গ্ৰেপ্তাৰ
  • ইম্ফলত আই ই ডি বিস্ফোৰণত জড়িত ৪ উগ্ৰপন্থীক গ্ৰেপ্তাৰ।
  • আছাম ৰাইফলছে গ্ৰেপ্তাৰ কৰে উগ্ৰপন্থী কেইটাক।
  • ধৃত এছ ছনাট'ম্বা, এছ ছানাজাওবা মানগাং, হাইছনাম কে কে সিং আৰু ছানাবাম গুণজিত।
  • থাউবাল জিলাৰ পৰা আছাম ৰাইফলছে গ্ৰেপ্তাৰ কৰে উগ্ৰপন্থীকেইটাক।
  • KCP পিপ'লছ ৱাৰ গ্ৰুপৰ সদস্য আটাইকেইটা উগ্ৰপন্ত্ৰী।
  • উগ্ৰপন্থীকেইটাৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল, গুলী, এখন এক্টিভা, এখন বাইক, ধন দাবী পত্ৰ, দুটা মোবাইল ফোনৰ লগতে পৰিচয়পত্ৰ উদ্ধাৰ কৰে।
  • ১৪ ফেব্ৰুৱাৰীত কাঞ্চিপুৰৰ কেথ'লিক স্কুলত আই ই ডি বিস্ফোৰণত অভিযুক্ত ধৃত এছ ছনাট'ম্বা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in