শেহতীয়া খবৰ
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব’...  •  কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমানঃ তৰুণ গগৈ  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  দক্ষিণ শালমাৰা মানকাচৰৰ ৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পোলিং বিষয়া

আন্তঃৰাষ্ট্ৰীয় বক্সিঙত স্থান লাভ অসম সন্তান ইমদাদ হুছেইনৰ

356
  • ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত ভাল খবৰ।
  • জুনিয়ৰ বক্সাৰ ইমদাদ হুছেইনে কঢ়িয়াইছে এই ভাল খবৰ।
  • জুনিয়ৰ বক্সাৰ ইমদাদ হুছেইনে বুলগেৰিয়াত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় বক্সিঙত ভাৰতীয় দলৰ হৈ অংশ লোৱাৰ বাবে লাভ কৰিছে সুযোগ।
  • ৩১ মাৰ্চৰ পৰা বুলগেৰিয়াত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় বক্সিঙ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি