সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ…

সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ…
  • স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত অবৈধ মাৰনাস্ত্ৰ উদ্ধাৰ।
  • সোণাৰিত উদ্ধাৰ হৈছে এই অবৈধ মাৰনাস্ত্ৰ।
  • পইণ্ট ২২ পিষ্টল, বিস্ফোৰকসহ আটক হৈছে এজন।
  • সোণাৰিৰ বাঁহবাৰীৰ পৰা আটক কৰা হৈছে দিগন্ত সন্দিকৈ নামৰ লোকজনক।
  • সোণাৰিস্থিত সেনাবাহিনীয়ে আটক কৰি গতালে সোণাৰি আৰক্ষীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in