মহানগৰীত আইএফএছ বিষয়া দিগন্ত গগৈৰ বাসগৃহত চিবিআইৰ তালাচী…

মহানগৰীত আইএফএছ বিষয়া দিগন্ত গগৈৰ বাসগৃহত চিবিআইৰ তালাচী…
  • মহানগৰীত আই এফ এছ  বিষয়া দিগন্ত গগৈৰ বাসগৃহত চিবিআইৰ তালাচী।
  • শনিবাৰে নিশা প্ৰায় ১১.৩০ বজাৰ পৰা পুৱা ৫.৩০ বজালৈকে চলালে অভিযান।
  • দিল্লীত ৰুজু হোৱা বনবিভাগৰ কেলেংকাৰীৰ গোচৰৰ ভিত্তিত অভিযান চলায় চিবিআইৰ বৃহৎ দলে।
  • বৰ্তমান আন্দামান–নিকোবৰত কৰ্মৰত দিগন্ত গগৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in