ইম্ফলৰ ঠেঙাল বজাৰত আইইডি বিস্ফোৰণ, ৪ আৰক্ষী কৰ্মীসহ আহত ৫

ইম্ফলৰ ঠেঙাল বজাৰত আইইডি বিস্ফোৰণ, ৪ আৰক্ষী কৰ্মীসহ আহত ৫
  • মণিপুৰৰ ইম্ফলত আইইডি বিস্ফোৰণ।
  • মঙলবাৰে পুৱা ইম্ফলৰ ঠেঙাল বজাৰত সংঘটিত হয় এই বিস্ফোৰণ।
  • বিস্ফোৰণত আহত ৪ গৰাকী আৰক্ষী কৰ্মী।
  • এগৰাকী সাধাৰণ নাগৰিকো আহত হৈছে বিস্ফোৰণত।
  • আহতসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
  • বিস্ফোৰণৰ আঁৰত কোন জড়িত আছে সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in