শেহতীয়া খবৰ
পুনৰ ফাঁচী পিছুৱাব নেকি নিৰ্ভয়া কাণ্ডৰ দোষীৰ? পৱন গুপ্তাই দাখিল কৰিছে নতুন ক্ষমাৰ আবেদন...  •  বাংলাদেশৰ শতাব্দী সমাৰোহলৈ বিশেষ অতিথিৰূপে নিমন্ত্ৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  দিল্লীৰ হিংসাত্মক কাৰ্যৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছৰ প্ৰাক্তন মহিলা কৰ্প’ৰেটৰক…  •  গুৰুতৰভাৱে অসুস্থ অখিল গগৈক কাৰাগাৰৰ পৰা প্ৰেৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ...  •  উন্নাও বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পিতৃৰ হত্যা গোচৰ, শনিবাৰে আদালতে প্ৰদান কৰিব ৰায়...  •  কেনে আছে জুবিন? নেমকেয়াৰলৈ গৈ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে...  •  অশান্ত দিল্লীৰ ভিডিঅ’ হোৱাটছএপত কাৰোবালৈ প্ৰেৰণ কৰিছিল নেকি? ব্যৱস্থা ল’ব আৰক্ষীয়ে...  •  কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলক লৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ব্যতিক্ৰমী প্ৰচেষ্টা...  •  পাকিস্তানী সেনাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ আখ্যা দি কোনে আঁৰিলে পোষ্টাৰ…  •  ‘জুবিন গাৰ্গ মৰিলেও ভাল’ বুলি কৈ ৰোষত পৰিল নীৰৱ হাজৰিকা, মাতৃয়ে বিচাৰিলে ক্ষমা

ইম্ফলৰ ঠেঙাল বজাৰত আইইডি বিস্ফোৰণ, ৪ আৰক্ষী কৰ্মীসহ আহত ৫

172
  • মণিপুৰৰ ইম্ফলত আইইডি বিস্ফোৰণ।
  • মঙলবাৰে পুৱা ইম্ফলৰ ঠেঙাল বজাৰত সংঘটিত হয় এই বিস্ফোৰণ।
  • বিস্ফোৰণত আহত ৪ গৰাকী আৰক্ষী কৰ্মী।
  • এগৰাকী সাধাৰণ নাগৰিকো আহত হৈছে বিস্ফোৰণত।
  • আহতসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
  • বিস্ফোৰণৰ আঁৰত কোন জড়িত আছে সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি