শেহতীয়া খবৰ
অৱশেষত কংগ্ৰেছত যোগদান এসময়ৰ বিজেপিৰ বহুবল্কী সাংসদ আৰ পি শৰ্মাৰ...  •  'কা' বিৰোধী প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি মৃত্যু আৰক্ষীৰ হেড কণিষ্টবলৰ...  •  ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সম্পন্ন, দোষী সাব্যস্ত ১২ জনক...  •  মৃত্যু হ’ল উমানন্দত থকা একমাত্ৰ সোণালী বান্দৰটোৰ...  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আদৰণি জনাই কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...  •  ভাৰত আজি দৰিদ্ৰতামুক্ত হোৱাৰ পথতঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প  •  মাৰ্কিন ৰাষ্ট্ৰপতিৰ মুখত বলীউডৰ প্ৰশংসা...  •  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই গণতান্ত্ৰিক দেশৰ এগৰাকী সফল নেতাঃ ডোনাল্ড ট্ৰাম্প

পুনৰ জোকাৰিলে ৪.৭ প্ৰাৱল্যৰ ভূমিকম্পই

649
  • ভাৰত-ম্যানমাৰ সীমান্তত ভয়ংকৰ ভূমিকম্প।
  • দেওবাৰে পুৱা জোকাৰি গ’ল ভূমিকম্পই।
  • পুৱা ১১.৫৮ বজাত আহিছিল এই ভূমিকম্প।
  • ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য ৪.৭ বুলি জানিব পৰা গৈছে।
  • বৰ্তমানেও জানিব পৰা হোৱা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি