ভাৰতত বৰ্তমানলৈকে সম্পন্ন ২৯,৪৩,৪২১ গৰাকী লোকৰ কোৰোনা পৰীক্ষা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • যোৱা ২৪ ঘন্টাত ভাৰতত কৰা হৈছে ১,০৮,৬২৩ গৰাকী লোকৰ কোৰোনা পৰীক্ষা।
  • আইচিএমআৰে এই তথ্য সদৰি কৰিছে।
  • ইফালে এতিয়ালৈকে সৰ্বমুঠ ২৯,৪৩,৪২১ গৰাকী লোকৰ কোৰোনা পৰীক্ষা কৰা হৈছে।
  • আইচিএমআৰৰ অধীনত ৬০৭ টা পৰীক্ষা কেন্দ্ৰত কোৰোনাৰ পৰীক্ষা কৰা হয়।
  • তাৰে ৪২৭ টা চৰকাৰী পৰীক্ষাগাৰ আৰু ১৮০ টা ব্যক্তিগতখণ্ডৰ পৰীক্ষাগাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in