২০ হাজাৰতকৈ অধিক ধন দি সম্পত্তি ক্ৰয় কৰিছিল নেকি? আহি আছে আয়কৰ নটিছ…

  • নগদ ২০ হাজাৰ টকাতকৈ অধিক ধন দি সম্পত্তি ক্ৰয় কৰা সকল সাৱধান হওক।
  • যিকোনো মুহূৰ্ততে লাভ কৰিব আপুনি আয়কৰ বিভাগৰ জাননী ।
  • আয়কৰ বিভাগে পৰীক্ষা কৰি আছে পঞ্জীয়ন কাৰ্যালয়ত থকা তথ্য।
  • ২২ টা চাব ৰেজিষ্টাৰ কাৰ্যালয়ৰ তথ্য পৰীক্ষা কৰিছে আয়কৰ বিভাগে।
  • ২০১৫ ৰ পৰা ২০১৮ চনৰ লৈকে তথ্য পৰীক্ষা কৰিব আয়কৰ বিভাগে।
  • কোনো ব্যক্তিয়ে ২০ হাজাৰতকৈ অধিক ধন দি সম্পত্তি ক্ৰয় কৰিলে লাভ কৰিব জাননী।
  • তেওলোকে আয়কৰ বিভাগক দিব লাগিব ধনৰ উৎসৰ তথ্য।
  • দিল্লীত এতিয়া ভীষণ ব্যস্ত আয়কৰ বিভাগৰ বিষয়া-কৰ্মচাৰী।
  • ৰাজধানী চহৰ দিল্লীত এই তথ্য পৰীক্ষা কৰি আছে আয়কৰ বিভাগে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in