শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

মুম্বাই vs ৰাজস্থানঃ টছত জয়ী হৈ প্ৰথমে বেটিঙৰ বাবে সাজু ৰোহিত বাহিনী…

159

ডিজিটেল ডেস্কঃ মঙলবাৰে আইপিএলত মুম্বাই ইণ্ডিয়ানৰ বিৰুদ্ধে খেলপথাৰত জয়ী হ’বলৈ যুঁজ দিব ৰাজস্থান ৰয়েলছে। টছত জয়ী হৈ মুম্বাইয়ে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, আইপিএলৰ এইখন ২০ সংখ্যক মেচ। প্ৰথমে বেটিং কৰি ২০ অভাৰত এক বৃহৎ টাৰ্গেট ৰাজস্থানৰ সন্মুখত বান্ধি দিবলৈ সাজু হৈছে। ইফালে, মুম্বাইক পৰাস্ত কৰি জয়ী হ’বলৈ বলিং কৰিবলৈ সাজু হৈছে ৰাজস্থান ৰয়েলছ।

উল্লেখ্য যে, মুম্বাই ইণ্ডিয়ানছৰ দলটোত থকা ক্ৰিকেটাৰ কেইগৰাকী ক্ৰমে- ৰোহিত শৰ্মা, কুইটন ডি ক’ক, সূৰ্যকুমাৰ যাদৱ, ইষাণ কিষাণ, হাৰ্দিক পাণ্ডেয়া, কেইৰণ পলাৰ্ড, ক্ৰুনাল পাণ্ডেয়া, জেমছ পেটিনছন, ৰাহুল চাহাৰ, ট্ৰেন্ট বল্ট আৰু  যশপ্ৰীত বুমৰাহ।

আনহাতে, ৰাজস্থান ৰয়েলছত থকা ক্ৰিকেটাৰ কেইগৰাকী ক্ৰমে- জছ বাটলাৰ, ষ্টিভ স্মিথ, সঞ্জু ছেমছন, ৱাই জেইছৱাল, মহিপাল লমৰৰ, কাৰ্তিক ত্যাগী, ৰাহুল টেৱাটিয়া, জোফ্ৰা আৰ্চেৰ, টম কুৰান, শ্ৰেয়াছ গোপাল আৰু অংকিত ৰাজপুত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি