শেহতীয়া খবৰ
১০ জুলাইৰ পৰা শ্বিলঙত লকডাউন! কিমান সঁচা এই খবৰ...  •  অৱশেষত অসুস্থ অখিলসহ দুই সতীৰ্থৰ কোৰোনা পৰীক্ষাৰ বাবে শ্বাব ল’লে চিকিৎসকে, মাতৃৰ কাষত আছুৰ সজাতি দল...  •  অৱশেষত অসুস্থ অখিলসহ দুই সতীৰ্থৰ কোৰোনা পৰীক্ষাৰ বাবে শ্বাব ল’লে চিকিৎসকে, মাতৃৰ কাষত আছুৰ সজাতি দল...  •  দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত হৈ এগৰাকী যুৱতীয়ে হেৰুৱালে প্ৰাণ...  •  আমাৰ নহয়, অসম হ’ব নবীন সিংহালৰ!  •  লকডাউনত ৰাইজ লাউলোৱা! কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী-নেতাৰ হোটেল ক্ৰয় কৰিবলৈ বিজেপি নেতাই লগাইছে হেতাওপৰা...  •  ব্ৰহ্মপুত্ৰৰ বুকুত একাংশ আৰক্ষী বিষয়াৰ নৈশ ভোজৰ পাছত গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ত ব্যাপক ৰদবদল...  •  ব্ৰহ্মপুত্ৰৰ বুকুত একাংশ আৰক্ষী বিষয়াৰ নৈশ ভোজৰ পাছত গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ত ব্যাপক ৰদবদল...  •  মুখ্যমন্ত্ৰী সোণোৱালৰ লগত থকা ৩ এনএছচি কমাণ্ডসহ ১০জনৰ দেহত কোভিড-১৯...  •  এইবাৰ কামৰূপ (মেট্ৰ’)ৰ পৰা দৰঙলৈ নিষিদ্ধ হ’ল প্ৰৱেশ...

হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত…

411

ডিজিটেল ডেস্কঃ ভাৰতত থকা হোণ্ডাই মটৰ কোম্পানীৰ প্লেন্টত ধৰা পৰিছে কোৰোনা ভাইৰাছ। এই প্লেন্টত কাম কৰি থকা তিনিজন কৰ্মচাৰীৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছতে কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছিল প্লেন্টটো।

উল্লেখ্য যে, কোৰোনা ভাইৰাছৰ বাবে বহু দিন ধৰি বন্ধ হৈ আছিল মটৰ কোম্পানীৰ এই প্লেন্টটো। খোলা এদিনৰ পাছতেই কোম্পানীটোৰ তিনিজন কৰ্মচাৰীৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পাছত প্লেন্টটোত কৰ্মৰত আন ১৬জন কৰ্মচাৰীক কোৱাৰেন্টাইন কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি