হায়দৰাবাদ-গুৱাহাটীমুখী বিমান যাত্ৰা হঠাৎ বাতিল, হাহাকাৰ যাত্ৰীৰ…

হায়দৰাবাদ-গুৱাহাটীমুখী বিমান যাত্ৰা হঠাৎ বাতিল, হাহাকাৰ যাত্ৰীৰ…
  • বাতিল কৰা হৈছে সোমবাৰে গুৱাহাটীলৈ আহিব লগা এখন বিমান।
  • হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ আহিব লগা আছিল এই বিমানখন।
  • ইণ্ডিগ'ৰ এই বিমানখনৰ যাত্ৰা বাতিল কৰাক লৈ যাত্ৰীৰ মাজত হাহাকাৰ।
  • হায়দৰাবাদৰ পৰা ঘৰলৈ আহিবলৈ সাজু হৈছিল বহু লোক।
  • কোনো জাননী নিদিয়াকৈ বিমানখন বাতিল কৰাক লৈ যাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in