শেহতীয়া খবৰ
কেনেদৰে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে মাহমৰাৰ বিধায়ক যোগেন মহনে, চাওঁক সেই বিশেষ মুহূৰ্তৰ VIDEO  •  কেনেদৰে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে মাহমৰাৰ বিধায়ক যোগেন মহনে, চাওঁক সেই বিশেষ মুহূৰ্তৰ VIDEO  •  আৱাহন থিয়েটাৰৰ মঞ্চত ৰূপকোঁৱৰক স্মৰণ, গীতে-কবিতাৰে জীপাল হ'ল এটি সন্ধিয়া, VIDEO  •  শনিবাৰে পুনৰবাৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব ৰঞ্জিত দাসে  •  সোণোৱাল মন্ত্ৰীসভাত ২ নতুন মুখ, পুৱাই কৰিলে শপত গ্ৰহণ  •  পুৰণিগুদামত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শিল্পী দিৱস উদযাপন  •  চৰাইদেউত উদঙীয়া ম’হৰ আক্ৰমণত আহত এজন যুৱক  •  ঢকুৱাখনাৰ "শংকৰ মাধৱ ক্ষেত্ৰ"ৰ শিশু ভাওনা সমাৰোহত দৰ্শকৰ ব্যাপক সমাগম, দ্বিতীয় দিনা যোৰহাটৰ "সীতা হৰণ বালি বধ" ভাওনা প্ৰদৰ্শন  •  নিউ গোৱালপাৰাৰ শিল্পী দিৱসত কবি-সাহিত্যিক সমীন্দ্ৰ হুজুৰি, 'মানুহক এন্ধাৰৰ পৰা পোহৰলৈ অনাত যিয়ে শিল্পী মাধ্যমক ব্যৱহাৰ কৰিব পাৰে সিয়েই জনতাৰ শিল্পী'  •  দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩৬ ৰানৰ ব্যৱধানত জয়...

টিকটকে ল’লে প্ৰাণ! নদীত অন্তৰ্ধান যুৱক, ভাইৰেল VIDEO…

1,349

ডিজিটেল ডেস্কঃ হায়দৰাবাদত সংঘটিত হৈছে শোকাৱহ এক ঘটনা। টিকটকত ভিডিঅ’ বনাই থকা অৱস্থাতে নদীত ডুবি মৃত্যু হৈছে এজন লোকৰ। আৰক্ষীৰ মতে এই ঘটনা সংঘটিত হৈছিল যোৱা বৃহস্পতিবাৰে।

প্ৰাপ্ত তথ্য অনুসৰি,যোৱা বৃহস্পতিবাৰে দুজন যুৱকে নদীত গা ধুবলৈ গৈ নিৰ্মাণ কৰিছিল টিকটক ভিডিঅ। এজনে নদীৰ পাৰত ৰৈ ভিডিঅ’টো বনোৱাৰ সময়তে নদীৰ মাজত থকাজন নিমিষতে অন্তৰ্ধান হয়। শেষত গাঁওবাসীয়ে মৃত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে যুৱক দুজনৰ টিকটক ভিডিঅ’টো।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি