আৰম্ভ হ’ল হাইদৰাবাদ পৌৰ নিগম নিৰ্বাচনৰ ভোটগননা…

আৰম্ভ হ’ল হাইদৰাবাদ পৌৰ নিগম নিৰ্বাচনৰ ভোটগননা…

ডিজিটেল ডেস্ক : এইবাৰ আকৰ্ষনীয় হৈছিল হাইদৰাবাদ পৌৰ নিগমৰ নিৰ্বাচন । পৌৰ নিগম দখল কৰিবলৈ বিজেপিয়ে সম্পূৰ্ন শক্তি প্ৰদান কৰিছে । কোনে এই নিগম দখল কৰিব এই কথা শুক্ৰবাৰে ভোটগগনাৰ অন্তত জানিব পৰা যাব । শুক্ৰবাৰে ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে হাইদৰাবাদ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগননা ।

মঙলবাৰে অনুষ্টিত হৈছিল ভোটগ্ৰহন । নিৰ্বাচনটোত ভোটদানৰ হাৰ আছিল ৪৬.৫৫ শতাংশ । , যি আন নিৰ্বাচন সমূহতকৈ যথেষ্ট কম আছিল। মুঠ ৭৪.৬৭ শতাংশ ভোটাৰৰ ভিতৰত ৩৪.৫০ শতাংশ ভোটাৰে ভোটদান কৰে । নিৰ্বাচনত ভোট দিবলৈ ৩০ টা কেন্দ্ৰ স্থাপন কৰা হৈছিল আৰু ৮,০০০ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in